ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ন্যায়িক অধ্যয়ন কেন্দ্ৰৰ অধীনত প্ৰথম বি এ এল এল বিত তৃতীয় স্থানপ্ৰাপ্ত আৰমিন জেৰিফা জিয়া
চাইন অন ডেস্ক,২০আগষ্ট:
ডিব্ৰুগড় আমোলাপট্টিস্থিত মিৰ্জাবাগ নিৱাসী আৰমিন জেৰিফা জিয়াই সদ্য ঘোষিত ফলাফলত বি এ এল এল বি (অনাৰ্চ) ১০ম আৰু অন্তিম ষান্মাসিকৰ পৰীক্ষাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ন্যায়িক অধ্যয়ন কেন্দ্ৰ লৈ গৌৰৱ কঢ়িয়াই আনে।ডিব্ৰুগড় বিশ্ববিদ্যালৰ কেন্দ্ৰত অনুষ্ঠিত হৈ যোৱা দশম আৰু চুড়ান্ত চেমিষ্টাৰ বি এ এল এল বি অনাৰ্চ পৰীক্ষাত আৰ্মিন জৰিফাহই চেণ্টাৰ ফৰ জুৰি ডিকেল ষ্টাডিজৰ অধীনত প্ৰথম আৰু বিশ্ববিদ্যালয়ৰ ভিতৰতে তৃতীয় স্থান লাভ কৰে।জেৰিফা জিয়াৰ এই সফলতাত ডিব্ৰুগড়ৰ লগতে মিৰ্জাবাগ অঞ্চলৰ বাবে গৌৰৱ কঢ়িয়াই 
