...

মালবাহী ৰেলৰ খুন্দাত নিহত যুৱতী

মালবাহী ৰেলৰ খুন্দাত নিহত যুৱতী

চাইন অন ডেস্ক,১৬জুলাই:

বিলাসীপাৰাৰ হাকামাত সংঘটিত হৈছে শোকাৱহ ঘটনা।মালবাহী ৰেলৰ খুন্দাত নিহত এগৰাকী যুৱতী।

যুৱতী গৰাকী হাকামা দ্বিতীয় খণ্ড গাঁৱৰ বাসিন্দা ছিদ্দিক আলীৰ কন্যা হাবিজা খাতুন বুলি জানিব পৰা গৈছে।

ৰে’লৰ ৰাস্তা পাৰ হ’বলৈ লওঁতেই এই দুৰ্ঘটনা সংঘটিত হয়।

ঘটনাস্থলীত ৰে’ল আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী মেডিকেল কলেজত প্ৰেৰণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *