ডিব্ৰুগড়ত বন বিভাগৰ ধাৰাবাহিক অভিযান
তিনিদিনত জব্দ ১০টা অবৈধ কাঠফলা মিল
চাইন অন ডেস্ক,৩জুলাইঃ



ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে। বন বিভাগৰ এই সক্ৰিয় অভিযানে এতিয়া চোৰাং ব্যৱসায়ীসকলৰ মাজত এক ভীতিৰ সৃষ্টি কৰিছে। বিভাগটোৱে ভৱিষ্যতেও এই অভিযান অব্যাহত ৰাখিব বুলি স্পষ্ট কৰি দিছে।