বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়ালৈ সুৰেন্দ্ৰ নাথ বৰ্মন সোঁৱৰণী “জেউতি মৰল ৰত্ন” বঁটা
চাইন অন ডেস্ক,১২জুন:
উজনি অসমৰ অন্যতম এক সামাজিক সাংস্কৃতিক আৰু ক্ৰীড়ানুষ্ঠান জেউতি মৰল সঙ্ঘৰ উদ্যোগত অহা ১৪ জুন, দেওবাৰে বিয়লি ৩ বজাত জেউতি মৰল সঙ্ঘৰ প্ৰাঙ্গণত যশস্বী অভিনেতা বিষ্ণু 
