বেদখলকাৰীয়ে ডাষ্টবিন হিচাপে ব্যৱহাৰ কৰিছে স্বাস্থ্য কেন্দ্ৰৰ চৌহদ ?
ৰহস্যজনক ভাৱে মৌন মহকুমা স্বাস্থ্য বিষয়া!
চাইন অন ডেস্ক,২৭মে’:


স্বাস্থ্য কেন্দ্ৰটোৰ মাটি বছৰ বছৰ ধৰি বেদখল কৰি ৰখাই নহয়, বেদখলকাৰীয়ে তেওঁলোকৰ পেস্ৰাৱাগাৰ-শৌচাগাৰৰ আবৰ্জনা তথা প্ৰদুষিত লেতেৰা পানী স্বাস্থ্য কেন্দ্ৰটোৰ মাটিলৈ ডাষ্টবিনৰ দৰে নিক্ষেপ কৰি প্ৰদুষিত কৰি আহিছে। স্বাস্থ্য কেন্দ্ৰটোৰ নিজা মাটিত দুই তিনি মহলীয়া অট্টালিকা সাজি তেওঁলোকৰ আবৰ্জনা স্বাস্থ্য কেন্দ্ৰটোৰ 