...

ডিব্ৰুগড় পশ্চিম ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় নতুন স্থানলৈ স্থানান্তৰ

ডিব্ৰুগড় পশ্চিম ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় নতুন স্থানলৈ স্থানান্তৰ

 

২৫ মে’ৰ পৰা আৰম্ভ হ’ব যাৱতীয় কাম-কাজ

চাইন অন ডেস্ক,২১মে’:

ডিব্ৰুগড় পশ্চিম ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়টি বৰ্তমানৰ স্থানৰ পৰা এক নতুন ঠিকনালৈ স্থানান্তৰ কৰা হ’ব।
সেই অনুসৰি, ডিব্ৰুগড় পশ্চিম ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ নতুন ঠিকনা হ’ব— পুলিচ ৰিজাৰ্ভৰ ওচৰত অৱস্থিত বহুমুখী উপযোগিতা ভৱন (Multipurpose Utility Building), ডিব্ৰুগড়। অহা ২৫ মে’, ২০২৬ তাৰিখ (সোমবাৰ)ৰ পৰা এই নতুন ভৱনৰ পৰাই কাৰ্যালয়ৰ যাৱতীয় সকলো চৰকাৰী কাম-কাজ আনুষ্ঠানিকভাৱে পৰিচালিত হ’ব।
ৰাইজক পূৰ্বৰ স্থানৰ পৰিৱৰ্তে অহা সোমবাৰৰ পৰা উক্ত নতুন ঠিকনাত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *