দুধনৈত ভয়ংকৰ ছুৰিঘাটৰ ঘটনা
ছুৰিৰে উপৰ্যুপৰি আক্ৰমণ!
দুধনৈ:

দুধনৈ আৰক্ষী থানাৰ অন্তৰ্গত সাৰাপাৰাত যোৱা নিশা এক ভয়ংকৰ ছুৰিঘাটৰ ঘটনা সংঘটিত হয়। সাৰাপাৰা বড়ীপাৰা অঞ্চলত সংঘটিত এই আক্ৰমণৰ ঘটনাত ছানিদুল আলি নামৰ এজন যুৱক গুৰুবৰ ভাৱে আহত হৈছে।