...

মূল্য ৬০ টকাৰ পৰা ৯ টকালৈ হ্ৰাস পাব

Spread the love
  • মধুমেহ ৰোগীৰ বাবে সুখবৰ !
  • শ্ৰীঘেই ঔষধৰ দাম হ্ৰাস পাব !

চাইন অন ডেস্কঃ অবশেষত সুুখবৰ ! ডায়েবেটিছ ৰোগীৰ বাবে কিছু হলেও সকাহ। বহুমূত্ৰ ৰোগৰ ঔষধ এম্পাগ্লিফ্ল’জিনৰ মূল্য ৯০ শতাংশ পৰ্যন্ত হ্ৰাস হৈ প্ৰতি টেবলেটত হ’ব ৫.৫ পাউণ্ড । এই পদক্ষেপে দেশৰ লাখ লাখ ডায়েবেটিছ ৰোগীক উপকৃত কৰিব।
চলিত মাহৰ আৰম্ভণিতে ব’ৰিংগাৰ ইংগেলহাইম (বি আই) ঔষধৰ জেনেৰিক সংস্কৰণ কেইবাটাও ফাৰ্মা কোম্পানীয়ে মুকলি কৰাৰ লগে লগে মূল্য ৬০ টকাৰ পৰা ৯ টকালৈ হ্ৰাস পাব বহুমূত্ৰ ৰোগৰ ঔষধৰ মূল্য।


এই ঔষধ মুকলি কৰিব বিচৰাসকলৰ ভিতৰত আছে মানকাইণ্ড ফাৰ্মা , টৰেণ্ট, আলকেম, ডাঃ ৰেডীজ আৰু লুপিন। বজাৰ অংশীদাৰিত্বৰ হিচাপত ভাৰতৰ চতুৰ্থ বৃহত্তম প্ৰতিষ্ঠান মানকাইণ্ড ফাৰ্মাই প্ৰতি টেবলেটত ৬০ টকাৰ দহ ভাগৰ এভাগত এম্পাগ্লিফ্ল’জিন প্ৰদান কৰাৰ পৰিকল্পনা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *