...

ৰঙিয়াৰ কানিকুছিত মৰ্মান্তিক ঘটনা

Spread the love

ৰঙিয়াৰ কানিকুছিত মৰ্মান্তিক ঘটনা

অগ্নিদগ্ধ হৈ মাতৃ-পুত্ৰৰ কৰুণ মৃত্যু

চাইন অন ডেস্ক:

ৰঙিয়াৰ কানিকুছিত মৰ্মান্তিক ঘটনা, অগ্নিদগ্ধ হৈ মাতৃ-পুত্ৰৰ কৰুণ মৃত্যু।
মাতৃ ৰিতামণি চৌধুৰীৰ সৈতে একেলগে প্ৰাণ হেৰুৱালে পুত্ৰ মোজাক্কিৰ হুছেইন।

ঘৰৰ পাছফালৰ জাবৰ পেট্ৰল ধালি জ্বলাইছিল পুত্ৰ মোজাক্কিৰে।

তাৰ পাছতে মোজাক্কিৰৰ গাত জুই লাগে মাতৃয়ে অগ্নিদগ্ধ পুত্ৰক ৰক্ষা কৰিবলৈ যাওতে অগ্নিদগ্ধ হয় মাতৃ ৰিতামণি চৌধুৰী।
মাতৃ পুত্ৰক GMCHত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়তে মৃত্যু হয় মাতৃ-পুত্ৰৰ।
ৰঙিয়া মহাবিদ্যালয়ৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰ আছিল মোজাক্কিৰ চৌধুৰী।
ঘটনাক লৈ সমগ্ৰ অঞ্চলজুৰি গভীৰ শোঁকৰ ছাঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *