...

৯ জুনত ৰাজ্যপালৰ এদিনীয়া অসম বিধানসভা অধিৱেশনৰ আহ্বান

দিছপুৰঃ

অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই অহা ৯ জুন, ২০২৫ তাৰিখ সোমবাৰে অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভাৰ এদিনীয়া অধিৱেশনৰ আহ্বান জনাইছে।অধিৱেশনখন পুৱা ৯:৩০ বজাৰ পৰা আৰম্ভ হ’ব। দিছপুৰৰ বিধানসভা চেম্বাৰত।

অসম বিধানসভা সচিবালয়ে বৃহস্পতিবাৰে আনুষ্ঠানিক অধিসূচনা জাৰি কৰি ভাৰতীয় সংবিধানৰ ১৭৪(১) অনুচ্ছেদৰ অধীনত ৰাজ্যপালৰ নিৰ্দেশ প্ৰকাশ কৰে।

বিতং কাৰ্যসূচী এতিয়াও ঘোষণা কৰা হোৱা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *