...

শুৱালকুছিৰ মেকুৰী পাহাৰত বন্যপ্ৰাণী ’ঘোং’ ?

শুৱালকুছিৰ মেকুৰী পাহাৰত বন্যপ্ৰাণী ’ঘোং’ ?

শুৱালকুছি,৭জুলাইঃ

অনা অসমীয়া একাংশ মাটি মাফিয়াই একমাত্ৰ ধন ঘটাৰ স্বাৰ্থতে পছৰীয়াৰ সেউজীয়া পাহাৰ সমুহ এফালৰ পৰা ধংস কৰি যোৱাৰ ফলতে আশ্ৰয়হীন হৈ পৰিছে বন্যপ্ৰাণী সমুহ৷ নিৰাপদ আশ্ৰয়হীন হৈ পৰি অৱশিষ্ট পাহাৰে পাহাৰে ঘুৰি ফুৰিছে একাংশ বন্যপ্ৰাণী। পাহাৰ কাটি ধ্বংস কৰাৰ পৰিণতি ভুগিছে বন্য প্ৰাণী সমুহে৷ কামৰূপৰ চিলা বনাঞ্চলিক কাৰ্য্যালয়ৰ অন্তৰ্গত বঙলাগড়ৰ মেকুৰী পাহাৰত দিনে- নিশাই অবৈধ পাহাৰ খনন কৰি থকাৰ সময়তে পাহাৰৰ মাজত আৱদ্ধ হৈ পৰা দুষ্প্ৰাপ্য এটা ঘোং দেখিবলৈ পোৱা গৈছে। ঘোংটি নিৰাপদ স্থাপনলৈ দৌৰ মৰা দৃশ্য বন্দী হৈছে বিভিন্নজনৰ মবাইলত।

Leave a Reply

Your email address will not be published. Required fields are marked *