আজি বিশ্ব ৰক্তদাতা দিৱস
নাহৰণি সামূহিক স্বাস্থ্য কেন্দ্ৰত মেগা ৰক্তদান শিবিৰ
চাইন অন ডেস্ক,১৪জুন:

সহযোগত আজি নাহৰণি সামূহিক স্বাস্থ্য কেন্দ্ৰৰ চৌহদত এক মেগা ৰক্তদান শিবিৰ অনুষ্ঠিত কৰা হয়।
ৰক্তদানৰ গুৰুত্বৰ বিষয়ে জনসাধাৰণক সজাগ কৰা আৰু ৰোগীৰ বাবে প্ৰয়োজনীয় ৰক্তৰ যোগান নিশ্চিত কৰাই এই শিবিৰ মূল উদ্দেশ্য আছিল।

এই কাৰ্যসূচীত ডিব্ৰুগড়ৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক
ডা. তৃষ্ণা বৰা,ডা. সৌমেন ভাগৱতী,মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া (চি.ডি.), ডা. অদিতি শৰ্মা, অসম চিকিৎসা মহাবিদ্যালয়ৰ ৰক্ত ভঁৰালৰ ভাৰপ্ৰাপ্ত বিষয়া, নাহৰণি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য আৰু 
এই উপলক্ষে যুটীয়া স্বাস্থ্য সঞ্চালক ডা. তৃষ্ণা বৰাই ৰক্তদাতাসকলক ধন্যবাদ জ্ঞাপন কৰি সকলোকে নিয়মীয়াকৈ স্বেচ্ছা মূলক ভাৱে ৰক্তদান কৰিবলৈ আহ্বান জনায়।
ডিব্ৰুগড় জিলাৰ স্বাস্থ্য বিভাগ আৰু স্থানীয় জনসাধাৰণৰ যৌথ প্ৰচেষ্টাত এই কাৰ্যসূচীয়ে আজি নাহৰণি অঞ্চলটিত ৰক্তদান সন্দৰ্ভত ব্যাপক সজাগতা সৃষ্টি কৰিবলৈ সক্ষম হয় ।