বিদ্যুৎ যোগান আৰু ৰিংবান্ধ নিৰ্মাণৰ দাবী
ডিব্ৰুগড়ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অৱস্থান ধৰ্মঘট
চাইন অন ডেস্ক,২৪আগষ্টঃ



যোগানৰ সু-ব্যৱস্থা কৰা আদি দাবীসমূহ উত্থাপন কৰে। কাৰ্যসূচীৰ অন্তত সমিতিৰ সভাপতি গোপাল সিং, কাৰ্যকৰী সভাপতি অৰজু আলি আৰু সাধাৰণ সম্পাদক ৰাজ অসমৰ স্বাক্ষৰিত এখন স্মাৰক পত্ৰ ডিব্ৰুগড় জিলাৰ জিলা আয়ুক্তলৈ প্ৰেৰণ কৰা হয়। প্ৰতিবাদকাৰীসকলে সকীয়াই দিয়ে যে যদিহে জনসাধাৰণৰ জীৱন-সম্পত্তিৰ সুৰক্ষাৰ স্বাৰ্থত প্ৰশাসনে এই দাবীসমূহ অতি সোনকালে পূৰণ নকৰে, তেন্তে অনাগত দিনত আৰু অধিক তীব্ৰ আন্দোলন গঢ়ি তোলা হ’ব।