Skip to content শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ অন্তৱৰ্তীকালীন উপাচাৰ্য
অতিৰিক্ত দায়িত্ব গ্ৰহণ অধ্যাপক জিতেন হাজৰিকাৰ
চাইন অন ডেস্ক:
ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আচাৰ্য হিচাপে অসমৰ ৰাজ্যপালগৰাকীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক জিতেন হাজৰিকাক শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ অন্তৱৰ্তীকালীন উপাচাৰ্যৰ অতিৰিক্ত দায়িত্ব অৰ্পণ কৰিছে।
অধ্যাপক হাজৰিকাই ২০২৫ চনৰ ২১ জুনত আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰে আৰু একেদিনাই প্ৰতিষ্ঠাপক উপাচাৰ্য হিচাপে পাঁচ বছৰীয়া কাৰ্যকালৰ অন্ত পৰিল অধ্যাপক জে পি ভাৰ্মাৰ পিছত।
Like this:
Like Loading...