শ্ৰেষ্ঠ পৰিচালকৰ বঁটাৰে সন্মানিত চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাস
নিউয়ৰ্ক ইণ্ডিয়ান চলচ্চিত্ৰ মহোৎসৱত এই বঁটা প্ৰদান
“ভিলেজ ৰকষ্টাৰ্ছ ২” ছবিখনৰ বাবে চৰ্চিত অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসক শ্ৰেষ্ঠ পৰিচালক বঁটাৰে সন্মানিত কৰা হৈছে।নিউয়ৰ্ক ইণ্ডিয়ান চলচ্চিত্ৰ মহোৎসৱ (New York Indian Film Festival)ত এই বঁটা প্ৰদান কৰা হৈছে।
সক্ষম হৈছিল। আনহাতে শেহতীয়াকৈ ‘ভিলেজ ৰকষ্টাৰ্ছ ২’ সন্মানিত হৈছে জাৰ্মানীত ৷ প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসে তেওঁৰ ছবি ভিলেজ ৰকষ্টাৰ্ছ ২ ৰ বাবে জাৰ্মানীৰ ৪২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় ফ্ৰাউয়েন ফিল্ম ফেষ্টত মহিলা পৰিচালকসকলৰ বাবে থকা আন্তৰ্জাতিক ফিচাৰ ফিল্ম প্ৰতিযোগিতাৰ শাখাত বিজয়ী বঁটা লাভ কৰে ।