ড্ৰিষ্টি নেত্ৰালয়ত সফলভাৱে বৃহৎ অৰ্বিটেল টিউমাৰ অস্ত্ৰোপচাৰ
চাইন অন ডেস্ক,৯জুলাই:

এই জটিল অস্ত্ৰোপচাৰৰ নেতৃত্ব দিয়ে ডাঃ ঈশা আগৰৱালাই আৰু ড্ৰিষ্টি নেত্ৰালয়ৰ বিশেষজ্ঞ চিকিৎসক দল। অস্ত্ৰোপচাৰৰ পাছত ৰোগী সম্পূৰ্ণ সুস্থ হৈ পুনৰ দেখা, খোজ কঢ়া আৰু দৈনন্দিন 
ডাঃ ঈশা আগৰৱালাই কয়,–“উজনি অসমৰ ৰাইজক বিশ্বমানৰ চকু চিকিৎসা নিজ অঞ্চলতেই প্ৰদান কৰাটো আমাৰ লক্ষ্য। জটিল অস্ত্ৰোপচাৰৰ বাবে 
ড্ৰিষ্টি নেত্ৰালয়ে উন্নত চকু চিকিৎসাৰ ক্ষেত্ৰত উজনি অসমৰ এক বিশ্বাসযোগ্য কেন্দ্ৰ হিচাপে সেৱা আগবঢ়াই আহিছে।