প্রাক্তন উপ-মুখ্য অভিযন্তা ৰঞ্জিত কুমাৰ বৰাৰ ৩.৫০ কোটি টকাৰ স্থাৱৰ অস্থাৱৰ সম্পত্তি জব্দ ইডিৰ
চাইন অন ডেস্ক,২৫আগষ্ট:
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ এজন প্ৰাক্তন শীর্ষ বিষয়াই ধনৰ বিনিময়ত ঠিকাদাৰক বিভাগীয় ঠিকা আবণ্টন দি গঢ়া ৩.৫০ কোটি টকাৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তি
২০২৪ চনত ঘোচখোৰ বিষয়া ৰঞ্জিত কুমাৰ বৰাৰ মৃত্যু হ’লেও অব্যাহত তদন্ত
বাজেয়াপ্ত কৰিছে এনফ’র্চমেন্ট ডাৰেক্টৰেট (ইডি)-এ। দুর্নীতিগ্রস্ত এই প্রাক্তন শীর্ষ বিষয়াজন হ’ল ইতিপূর্বে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ উপ-মুখ্য বৈদ্যুতিক
অভিযন্তা (নির্মাণ) পদত কাৰ্যনিৰ্বাহ কৰা ৰঞ্জিত কুমাৰ বৰা। ইডিৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি বিহাৰৰ পাটনাত থকা প্রায় ৩.২৮ কোটি টকা মূল্যৰ এটা আৱাসিক ফ্লেট আৰু কানাড়া বেংকত সোণাল জৈনৰ নামত টার্ম ডিপ’জিট হিচাপে ৰখা প্রায় ২১.২৪ লাখ টকা। উল্লেখ্য যে ধন সৰবৰাহ প্ৰতিৰোধ আইনৰ অধীনত নতুন দিল্লীস্থিত চিবিআইৰ দুর্নীতি নিবাৰক শাখা-১ত 
