...

মোদীৰ অসমত ১৮,৫৩০ কোটি টকাৰ অধিক মূল্যৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন

মোদীৰ অসমত ১৮,৫৩০ কোটি টকাৰ অধিক মূল্যৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন

চাইন অন ডেস্ক:

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত কুৰুৱা–নাৰেংগী দলঙৰ আধাৰশিলা স্থাপন কৰি সংযোগৰ উন্নতি সাধন আৰু অঞ্চলটোৰ আৰ্থ-সামাজিক উন্নয়নক প্ৰসাৰিত কৰে। দৰঙত ১১৮.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ গুৱাহাটী ৰিং ৰোড আৰু ৪৩০ বিছনাযুক্ত মেডিকেল কলেজ এণ্ড হস্পিতাল উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নুমলীগড় শোধনাগাৰ লিমিটেড (এন আৰ এল)ত অসম বায়’ইথানল প্লাণ্ট উদ্বোধন কৰি নতুন পলিপ্ৰ’পাইলিন প্লাণ্টৰ আধাৰশিলা স্থাপন কৰে।
আজি প্ৰধানমন্ত্ৰীয়ে অসমত ১৮,৫৩০ কোটি টকাৰ অধিক মূল্যৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *