শ্রীলংকাক ৭২ ৰানত হৰুৱালে হৰমনপ্রীত বাহিনীয়ে
অষ্টমবাৰলৈ এছিয়া কাপত চেম্পিয়ন ভাৰতীয় মহিলা
ডুবাই,১৪ছেপ্টেম্বৰঃ


আগবঢ়ায়। দলটোৱে নিৰ্ধাৰিত ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ১৮৩ ৰানৰ বিশাল স্ক’ৰ থিয় কৰে। ইফালে, ১৮৪ বানৰ বৃহৎ লক্ষ্য অনুসৰণ কৰি শ্ৰীলংকাই আৰম্ভণিৰ পৰা ভাৰতীয় বলাৰৰ নিয়ন্ত্রিত আৰু আক্ৰমণাত্মক বলিঙৰ সন্মুখত ধৰাশায়ী হয়। নিৰ্ধাৰিত অভাৰত দলটোরে আটাইকেইটা উইকেট হেৰুবাই 