...

বিধানসভা নিৰ্বাচন সম্পন্ন হোৱা ৰাজ্য কেইখনৰ পৰা নিৰ্বাচনী আচৰণবিধি প্ৰত্যাহাৰ নিৰ্বাচন আয়োগৰ

বিধানসভা নিৰ্বাচন সম্পন্ন হোৱা ৰাজ্য কেইখনৰ পৰা নিৰ্বাচনী আচৰণবিধি প্ৰত্যাহাৰ নিৰ্বাচন আয়োগৰ

চাইন অন ডেস্ক,৮মে’:

এক নিৰ্দেশনাযোগে অসমৰ লগতে কেৰালম, পশ্চিম বংগ, তামিলনাডু আৰু পুডুচেৰীৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে তৎকালে কাৰ্যকৰী হোৱাকৈ আদৰ্শ নিৰ্বাচনী বিধি প্ৰত্যাহাৰ

একেদৰে উপ নিৰ্বাচন সম্পন্ন হোৱা ৰাজ্য ক্ৰমে গুজৰাট, কৰ্ণাটক, মহাৰাষ্ট্ৰ, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ সংশ্লিষ্ট সমষ্টিসমূহৰ পৰা নিৰ্বাচনী আচৰণবিধি প্ৰত্যাহাৰ

নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ দিনাৰ পৰা ৰাজ্য সমূহত বলৱৎ হৈছিল নিৰ্বাচনী আচৰণবিধি

Leave a Reply

Your email address will not be published. Required fields are marked *