ডিব্ৰুগড়ত দুদিনীয়াকৈ ইডু ফেয়াৰ অনুষ্ঠিত
চাইন অন ডেস্ক,১৬মে’:
ডিব্ৰুগড় জিলা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজিৰে পৰা দুদিনীয়াকৈ ইডু ফেয়াৰ অনুষ্ঠিত হৈছে । উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উৰ্ত্তীণ হোৱাৰ পাছত শিক্ষাৰ্থী সকলে নিজৰ ভৱিষ্যত কেৰিয়াৰ প্ৰতি শংকিত নহয় এজ উজ্জ্বল ভৱিষ্যতৰ দিশে ধাৱিত হোৱাত সহায় হোৱাকৈ ডিব্ৰুগড়ত আজিৰে পৰা দুদনীয়াকৈ অনুষ্ঠিত অনুষ্ঠিত হৈছে বিশাল পৰিসৰ শিক্ষামূলক মেলা।ছাত্ৰ-ছাত্ৰীসকলক প্ৰকৃত আৰু ব্যৱহাৰিক জ্ঞান প্ৰদান কৰি এক নিৰ্ভৰযোগ্য সুযোগ প্ৰদানৰ উ
