অথলে গ’ল ৰোহিত-শ্ৰেয়াছৰ অর্ধশতক : পুনৰ ব্যৰ্থ কোহলি
অস্ট্রেলিয়াত এদিনীয়া শৃংখলা হেৰুৱালে ভাৰতে
দ্বিতীয় মেচতো জয়লাভ ঘৰুৱা দল অষ্ট্ৰেলিয়াৰ, মেচৰ শ্ৰেষ্ঠ আডাম জাম্পা
এডিলেইড:
এদিনীয়া ক্রিকেটৰ অধিনায়ক হিচাপে লজ্জাৰ অভিযান আৰম্ভ কৰিলে শুভমন গিলে। টেষ্ট অধিনায়ক হিচাপে প্রথমটো শৃংখলা ড্র কৰিলেও গিলে এদিনীয়া ক্রিকেটত অধিনায়ক হিচাপে প্রথমটো শৃংখলাত পৰাজয়ৰ মুখ দেখে। ঘৰুৱা দল অস্ট্রেলিয়াৰে খেলি থকা তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটোৰ এখন মেচ বাকী থকা অৱস্থাতে শৃংখলাটো হেৰুৱায় ভাৰতীয় দলটোরে। এডিলেইডত কালি অনুষ্ঠিত দ্বিতীয়খন মেচত গিল বাহিনীয়ে দুই উইকেটত পৰাস্ত হয়। ফলত শৃংখলাটো ২-০৩ হেৰুৱাবলগীয়া হয়। পাৰ্থত অনুষ্ঠিত প্রথমখন মেচতো শোচনীয়ভাবে পৰাজয় স্বীকাৰ কৰিছিল গিল বাহিনীয়ে। মেচখনত টীম ইণ্ডিয়াই জয়ৰ বাবে বান্ধি দিয়া ২৬৫ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি মেথিউ ঘৰ্ট আৰু কুপাৰ ক’ন’লিব দর্শনীয় অর্ধশতকৰ সহায়ত কেংগাক বাহিনীয়ে ৪৬.২ অভাৰত আঠটা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়। শ্বর্টে ৭৪ ৰান কৰি বিদায় লয় যদিও ক’ন’লিয়ে ৬১ বান কৰি অপৰাজিত হৈ থাকে। মিচেল অ’রেনে ২৩টা 
কৰিবলৈ আহি প্ৰাৰম্ভিক বিপর্যয় সত্ত্বেও অ’পেনাৰ ৰোহিত শর্মা আৰু শ্রেয়াছ আয়াৰৰ অর্ধশতকৰ সহায়ত ভাৰতে নির্ধাৰিত ৫০ অভাৰত ১টা উইকেট হেৰুৱাই ২৬৪ ৰান সংগ্ৰহ কৰে। দলীয় স্ক’ৰ ১৭ বানতে অধিনায়ক শুভমন গিল (৯) আৰু বিৰাট কোহলি (০) বিদায়