গৰুৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
৫১টা গৰু আৰু নাও জব্দ
এজন আটক – মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যম যোগে জনালে
ধুবুৰী,৭ছেপ্টেম্বৰ:
ধুবুৰীৰ পাছত দক্ষিণ শালমাৰা-মানকাচৰ জিলাতো গৰুৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। আৰক্ষীৰ নিয়মীয়া টহলৰ সময়ত ৫১টাকৈ গৰু আৰু এখন নাও জব্দ কৰাৰ লগতে এজন লোকক আটক কৰা হৈছে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই অভিযানৰ বিষয়ে সদৰি কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰসিকতাৰে লিখিছে— “গৰু লৈ 
