জিলা কাৰ্যালয়ত ক্ষুব্ধ কাৰ্য-কৰ্তাই তলা ওলোমাই প্ৰতিবাদ সাব্যস্থ কৰে বিলাসীপাৰাৰ দলীয় কৰ্ম কৰ্তা সকলে।আজি জিলা প্ৰভাৰি দীপক সাহাই পৰিস্থিতিৰ বুজ লবলৈ আহি ক্ষুব্ধ কাৰ্য-কৰ্তাৰ ৰোষৰ সন্মুখীন হবলগীয়াত পৰে।ক্ষুব্ধ কাৰ্য-কৰ্তা সকলৰ বিভিন্ন প্ৰশ্নবানৰ সন্মুখীন হয়।প্ৰতিবাদকাৰীৰ অভিযোগ ,যদি জীবেশ ৰায়ক টিকট দিবই লাগে ,তেন্তে বিজেপি’ৰ বেনাৰত কিয় দিয়া নহল।তেওঁক বিজেপি দলৰ পৰা লৈ অগপত যোগদান কৰোৱাই অগপৰ পৰা কিয় টিকট দিয়া হল বুলি প্ৰশ্ন উত্থাপন কৰে।এই ষড়যন্ত্ৰত জিলা প্ৰভাৰী,জিলা সভাপতি জৰিত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে।উল্লেখ্য যে,বিজেপিৰ সাংগঠনিক ভেটি মজবুত থকাৰ পিছতো ১০ নং বিলাসীপাৰা সমষ্টি অগপক এৰি দিয়াকলৈ জিলা কাৰ্য-কৰ্তা সকল ক্ষুব্ধহৈ পৰিছে।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.