...

অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ ভোটদান

অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ ভোটদান

বিশ্বজিৎ দৈমাৰী ৪৩ নং তামুলপুৰ বিধানসভা সমষ্টিৰ এন ডি এৰ প্ৰাৰ্থী

গোৰেশ্বৰ:

গোৰেশ্বৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৫নং শুৱাগপুৰ প্ৰাথমিক বিদ্যালয়ত স্থাপন কৰা ভোট কেন্দ্ৰত পত্নী আৰু দুই কন্যাৰ সৈতে পুৱাই আহি ভোটদান কৰে বিশ্বজিৎ দৈমাৰীয়ে।
বৰষুনৰ মাজতে ভোট দান সাব্যস্ত কৰে বিশ্বজিৎ দৈমাৰীয়ে।
ভোটদানৰ পিছতে বিশ্বজিৎ দৈমাৰীয়ে ভোটদান কৰাটো প্ৰতিজন নাগৰিকৰ অধিকাৰে নহয় ই এক দায়িত্ব বুলি মন্তব্য কৰে।
তামুলপুৰৰ প্ৰাৰ্থী হিচাপে তামুলপুৰ সমষ্টিত ভোট দিব নোৱাৰা সন্দৰ্ভতো এনডিএৰ প্ৰাৰ্থী গৰাকীয়ে মন্তব্য প্ৰকাশ কৰাৰ লগতে কালি নিশা তামুলপুৰৰ পানবাৰীত সংঘটিত গুলী চালনাৰ ঘটনা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *