ডিব্ৰুগড়ত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে সজাগতা সভা
চাইন অন ডেস্ক,১৪মে’:
পদ্মশ্ৰী বিৰুবালা ৰাভাৰ মৃত্যু তিথিৰ লগত সংগতি ৰাখি কালি ডিব্ৰুগড় জিলাৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ জিলা মহিলা সৱলীকৰণ কেন্দ্ৰৰ উদ্যোগত তথা খোৱাং সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া কাৰ্যালয়, অসম ৰাজ্যিক গ্ৰামীণ 

