...

ধুবুৰীৰ অসম বংগ সীমান্তত অঘটন!

ধুবুৰীৰ অসম বংগ সীমান্তত অঘটন!

ছাগলীয়াত জব্দ উট ভৰ্তি বাহন

আটক চালক হেণ্ডিমেন

আগমনি,১৯জুলাই:

ধুবুৰী জিলাৰ অসম বংগ সীমান্তৰ ছাগলীয়াত ১৪ টাকৈ উট ভৰ্তি ট্ৰাক জব্দ কৰে ছাগলীয়া আৰক্ষীয়ে। পশ্চিমবংগৰ পৰা অসমত প্ৰৱেশৰ সময়ত ছাগলীয়া আৰক্ষীয়ে আটক কৰে কৰে উট ভৰ্তি বাহনখন । বহিঃৰাজ্য ৰাজস্থানৰ পৰা ১৪ টাকৈ উট ট্ৰাকত ভৰ্তি কৰি আনিছিল । ছাগলীয়া আৰক্ষীয়ে পি বি ০৪ এ ডি ৯৯১০ নম্বৰৰ উট ভৰ্তি বাহনখন জব্দ কৰাৰ লগতে চালক হেণ্ডিমানক আটক কৰে। ধৃত চালক ইত্তাৰ সিং আৰু হেণ্ডিমেন ছলমান খান বুলি জানিব পৰা গৈছে । ছাগলীয়া আৰক্ষীয়ে চালক আৰু হেণ্ডিমেনক ইপিমধে আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *