পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
গ্ৰীণ কৰিডৰৰ ব্যৱস্থাৰ মাজেৰে সদৰ থানালৈ
পঞ্জাৱ আৰক্ষীৰ জিন্মাত ডিব্ৰুগড় থানাত
চাইন অন ডেস্ক:
মুকলি আকাশৰ সোৱাদ লোৱা নহল সাংসদ তথা
ৱাৰিছ পঞ্জাৱ ডে’ৰ মূৰব্বী অমৃতপাল সিঙৰ৷জেলৰ পৰা ওলাই অহাৰ পূৰ্বে পুনৰ গ্ৰেপ্তাৰ হ’ল ৱাৰিছ পঞ্জাৱ ডে’ৰ মূৰব্বী তথা সাংসদ অমৃতপাল সিং৷ মাজনিশা ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত তিনিবছৰীয়া বন্দীত্বৰ ম্যাদ অন্ত পৰিছিল যদিও মাত্ৰ কেইটামান ঘন্টাৰ পাছতে পঞ্জাৱ আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰে অমৃতপাল সিঙক৷ ২০২৩ চনৰ অজনালা থানা আক্ৰমণৰ গোচৰত গ্ৰেপ্তাৰ কৰি পঞ্জাৱ আৰক্ষীয়ে দুদিনৰ জিন্মাত গ্ৰহণ কৰে সাংসদ সিঙক৷ ইফালে অমৃতপাল সিঙক গ্ৰেপ্তাৰৰ পিছতে ডিব্ৰুগড় মহা


