...

শুই ভালপোৱাসকলৰ বাবে চাকৰি

Spread the love

শুই ভালপোৱাসকলৰ বাবে চাকৰি
চাইন অন ডেস্ক:

আপুনি বাৰু শুই ভাল পাই নেকি? শুই ভাল পোৱাসকলৰ বাবে এটা ভাল খবৰ। কাৰণ এটা ব্যক্তিগত খণ্ডৰ কোম্পানীয়ে শুই ভালপোৱাসকলৰ বাবে মুকলি কৰিছে বিশেষ চাকৰি। শুৱাৰ বিনিময়ত আপোনাক মাহেকত কোম্পানীটোৱে আদায় কৰিব মোটা অংকৰ দৰমহা। মাত্ৰ আপুনি শুব লাগিব ৯ ঘন্টা। প্ৰতিবেদন কৰাৰ আগতে এই দৃশ্য ভালদৰে মন কৰক। চলন্ত বাহনখনত শুই থকা মানুহজনক মন কৰিছেনে? ব্যক্তিজনে প্ৰতিদিনে চলন্ত বাহনত শুৱে ৯ ঘন্টা। তাৰ বাবে কোম্পানীয়ে মোটা অংকৰ দৰমহা দিয়ে ব্যক্তিজনক। আচলতে এয়া ডমি বেড নামৰ মেট্ৰেছ কোম্পানীৰ বিজ্ঞাপন। চলন্তৰ বাহনৰ ভিতৰত শুই বিজ্ঞাপন প্ৰচাৰৰ নামত শুই থাকিবলৈ নিয়োগ কৰিছে এজন ব্যক্তিক। ইণ্ডোনেছিয়াৰ মেট্ৰেছ কোম্পানীটোৰ এি আজৱ বিজ্ঞাপনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *