Skip to content মহিলা বিশ্বকাপৰ মুকলি সভাত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব
অসম ক্ৰিকেট সন্থা, বি চি চি আইৰ
চাইন অন ডেস্ক:
ক্ৰিকেট অনুৰাগীও জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আই চি চিৰ অনুষ্ঠানৰ মুকলি সভাত কণ্ঠশিল্পীগৰাকীৰ প্ৰতি উৎসৰ্গিত ৪০ মিনিটৰ অনুষ্ঠান অনুষ্ঠিত হ’ব।
বিচিচিআইৰ সম্পাদক তথা প্ৰয়াত গায়িকাগৰাকীৰ ঘনিষ্ঠ বন্ধু দেৱজিৎ শইকীয়াই কয় যে, ‘জুবিনৰ স্মৃতিত ৪০ মিনিটৰ অনুষ্ঠান আৰু সম্ভৱতঃ ক্ৰিকেট ভ্ৰাতৃত্ববোধে তেওঁক আগবঢ়াব পৰা আটাইতকৈ ডাঙৰ শ্ৰদ্ধাঞ্জলি।
Like this:
Like Loading...