কমেডীয়ান কপিল শর্মাৰ কাফেলৈ অচিনাক্ত বন্দুকধাৰীৰ গুলীবর্ষণ
জনপ্রিয় কমেডিয়ান কপিল শৰ্মাই কানাডাৰ ছাৰেত অলপতে মুকলি কৰা কাফেখন অচিনাক্ত বন্দুকধাৰীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰে। ছাৰেত কেপ’ছ কাফে থকা অট্টালিকাটোত কালি অচিনাক্ত বন্দুকধাৰীয়ে বিস্তৰ ক্ষতিসাধন কৰে।