২০২৫ৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত তলত লিপিবদ্ধ কৰা ভোটগ্ৰহণৰ অন্তিম সময়লৈকে ভোটাৰৰ আনুমানিক ভোটদানৰ সংখ্যা উল্লেখ কৰা হৈছে:
সামগ্ৰিকভাৱে : ৭৯.২৩%
জিলা অনুসৰি আনুমানিক ভোটাৰৰ ভোটদান:
১) নলবাৰী – ৮০%
২) ধুবুৰী – ৮৮.৬৩%
৩) দক্ষিণ ছালমাৰা-মানকাচৰ – ৮৭.৫৬% ৷
৪) গোৱালপাৰা – ৮০.২৫%
৫) বঙাইগাঁও – ৭৬.৫%
৬) বৰপেটা – ৮৪.৭১%
৭) বজালী – ৭৫%
৮) কামৰূপ – ৭৬.৭%
৯) কামৰূপ মেট্ৰ’ – ৭১%
১০) হোজাই – ৭৭.২%
১১) নগাঁও – ৭৬.২%
১২) মৰিগাঁও – ৭৭.৬৬%
১৩) দৰং – ৭৮.৬৯%