ম্যানমাৰত জুন্টা সেনাৰ বৰ্বৰ আক্ৰমণত নিহত ৪৯
ৰাখাইন প্রদেশত বিমানেৰে বোমাবর্ষণ : আহত অর্ধশতাধিক
নেইপিদাও,৩০ছেপ্টেম্বৰঃ


সদৰী কৰা মতে, পশ্চিম মান্দালয়ৰ পৰা প্রায় ৩৪০ কিলোমিটাৰ নিলগত অৱস্থিত কায়াকটাও টাউনশ্বিপৰ সমীপবর্তী এখন জনাকীর্ণ বজাৰ এলেকাক লক্ষ্য কৰি আজি দিনৰ ভাগত বিমান আক্রমণ চলায়। বজাৰখনত সামগ্রী ক্রয়-বিক্রয়ৰ বাবে বহু লোকৰ


