ঘিলামৰাত নৃশংস হত্যাকাণ্ড
শহুৰেকে ডিঙি কাটি হত্যা কৰিলে জোঁৱাৱেকক
ঢকুৱাখনা,১০ছেপ্টেম্বৰ:
ঘিলামৰাৰ থানাৰ অৰ্ন্তগত নলতলি গাঁৱত বুধবাৰে বিয়লি সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড।শহুৰেকে জোঁৱাৱেকক দাৰে ঘপিয়াই হত্যা কৰাৰ এক ঘটনা সংঘটিত হৈছে ৷পাৰিবাৰিক কন্দলৰ বাবেই বাবে নিজ নিজ গৃহৰ ভিতৰতে চোকা অস্ত্ৰৰে ডিঙি কাটি হত্যা কৰে বুধি বৰুৱা নামৰ লোকজনক।পাৰিবাৰিক কন্দলৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ স্থানীয়
