বৰ্ণাঢ্য কাৰ্যসূচীৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শত-বাৰ্ষিকীৰ সামৰণী অনুষ্ঠান সম্পন্ন
বৰবৰুৱা চাহবাগিছাত সাংস্কৃতিক অনুষ্ঠান ৰূপায়ন
চাইন অন ডেস্ক,৮চেপ্টেম্বৰ:

ইয়াৰ পিছতে ‘ ভূপেন হাজৰিকাক নিৰ্মাণত সময় আৰু সমাজ’ শীৰ্ষক এক মনোজ্ঞ বক্তৃতা প্ৰদান কৰে সংগীত বিশাৰদ তথা ধেমাজি 
পঞ্জীয়ক ড° পৰমানন্দ সোনোৱালে আদৰণী ভাষণ প্ৰদান কৰা বক্তৃতানুষ্ঠানত ড° ভূপেন হাজৰিকা পৰিৱেশ্য কলা অধ্যয়ন কেন্দ্ৰৰ সঞ্চালক প্ৰাধ্যাপক পল্লবী ডেকা বুজৰ বৰুৱাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ে বৰ্ষজোৰা কাৰ্যসূচীৰে ৰূপায়ন কৰা সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ 
