ডিব্ৰুগড় বিমানবন্দৰত কাৰিকৰী আৰু অ-কাৰ্যবাহী কৰ্মচাৰীৰ প্ৰশিক্ষণ
এ.এ.আই.ৰ ৩ দিনীয়া আঞ্চলিক প্ৰশিক্ষণ
চাইন অন ডেস্ক,২১আগষ্ট:

বিশেষজ্ঞসকলৰ নিৰ্দেশনা আৰু ব্যৱহাৰিক অভিজ্ঞতাৰ জৰিয়তে অংশগ্ৰহণকাৰীসকলৰ পেছাদাৰী জ্ঞান আৰু দক্ষতা বৃদ্ধি কৰাৰ উদ্দেশ্যে 
ইয়াৰ উপৰিও উত্তৰ-পূব অঞ্চলৰ আঞ্চলিক কাৰ্যবাহী সঞ্চালক আৰু উপ-মহাপ্ৰবন্ধক 
ডিব্ৰুগড় বিমানবন্দৰৰ সঞ্চালক বংগজিৎ সাহাই জনায় যে এই প্ৰশিক্ষণৰ মূল উদ্দেশ্য 
সাহাই কয়, “এই প্ৰশিক্ষণ কাৰ্যসূচীয়ে আমাৰ কাৰিকৰী আৰু অ-কাৰ্যবাহী কৰ্মচাৰীসকলক তেওঁলোকৰ কাৰ্যবাহী দক্ষতা আৰু প্ৰশাসনিক জ্ঞান বৃদ্ধি কৰাৰ এক উৎকৃষ্ট সুযোগ প্ৰদান কৰিছে। ক্ৰেছ ফাইয়াৰ টেণ্ডাৰ পৰিচালনাৰ দৰে প্ৰশিক্ষণ বিমানবন্দৰৰ সুৰক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ, আনহাতে বিত্তীয় ব্যৱস্থাপনা আৰু ই-অফিচৰ কাম-কাজে বিষয়া-কৰ্মচাৰীসকলক আধুনিক প্ৰশাসনিক ব্যৱস্থাৰ সৈতে খাপ খাই পৰাত সহায় কৰিব।”
বিষয়াসকলে জনায় যে এই কাৰ্যসূচীয়ে অংশগ্ৰহণকাৰীসকলক কাৰ্যবাহী আৰু প্ৰশাসনিক উভয় দিশতে পাকৈত কৰি তোলাৰ লগতে অঞ্চলটোৰ অন্যান্য স্থানৰ সতীৰ্থসকলৰ সৈতে অভিজ্ঞতা বিনিময় কৰাৰো সুযোগ দিলে।