...

বিটিছিৰ ইএম কৰ্মেশ্বৰ ৰায় নামত ভূৱা ফেচবুক একাউণ্ট !

বিটিছিৰ ইএম কৰ্মেশ্বৰ ৰায় নামত ভূৱা ফেচবুক একাউণ্ট !

বিভিন্ন জনৰ পৰা ধন বিচৰাৰ অভিযোগ

দোতমা,২১আগষ্ট:

বিটিছি অঞ্চলত সক্ৰিয় হোৱা পৰিক্ষিত হৈছে ছাইবাৰ ক্ৰাইমৰ দৰে দুষ্ট চক্ৰৰ। এই চক্ৰ বোৰে সঘনাই সংঘটিত কৰি আছে বিভিন্ন ধৰনৰ দুষ্কাৰ্য । ইতিমধ্যে বিটিছিৰ ভূমি সংৰক্ষণ আৰু ৰেচম বিভাগৰ ইএম কৰ্মেশ্বৰ ৰায়ৰ নামত ফেচবুক একাউণ্টত এই দুষ্ট চক্ৰৰ চকু পৰা পৰিলক্ষিত হৈছে । ইএম কৰ্মেশ্বৰ ৰায়ৰ নামত দুষ্ট চক্ৰটোৱে ভুৱা ফেচবুক একাউণ্ট খুলি বিভিন্ন জনৰ পৰা ধন বিচৰাৰ খবৰ পোৱা গৈছে। যাৰ বাবে ইএম কৰ্মেশ্বৰ ৰায়ে ইতিমধ্যে এই ফেচবুক একাউন্টতো চিনাক্ত কৰি আইনী ব্যবস্তা লৈছে । আৰক্ষী প্ৰসাশনক ইয়াৰ সঠিক তদন্ত কৰি ব্যবস্থা গ্ৰহনৰ দাবী জনাইছে ইএম জনে।

Leave a Reply

Your email address will not be published. Required fields are marked *