ভাইৰেল আইতা অৰুণাপ্ৰিয়া বৰ্মনৰ দেহাৱসান
চাইন অন ডেস্ক,১০আগষ্টঃ
মনত আছে নে? মনত পৰে নে ? ভাইৰেল আইতা অৰণাপ্ৰিয়া বৰ্মন আৰু নাই। বঙাইগাও জিলাৰ বইটামাৰী অঞ্চলৰ ৰঘুনন্দনপুৰৰ আইতা গৰাকীৰ দেওবাৰে পুৱা ৯ বজাত বাৰ্থক্যজনিত ৰোগত দেহাৱসান ঘটে। 