বানাক্ৰান্তসকললৈ সহায়ৰ হাত ডিব্ৰুগড় জে জে এম হস্পিতাল
মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ ৫ লাখ টকাৰ অনুদান
চাইন অন ডেস্ক,৩আগষ্ট:
উজনি অসমৰ এক অন্যতম চিকিৎসা সেৱা প্ৰতিস্থান জে জে এম হস্পিতালৰ পৰিচালন সঞ্চালক তথা স্ত্ৰী ৰোগ আৰু প্ৰসূতি বিভাগৰ বিশিষ্ট চিকিৎসক ডাঃ সঞ্জীৱ শৰ্মাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক কালি 
বানাক্ৰান্তসকললৈ ডিব্ৰুগড়ৰ জে জে এম হস্পিতালৰ পৰিচালন সঞ্চালক ডাঃ সঞ্জীৱ শৰ্মাই প্ৰদান কৰা এনে সহায়ৰ হাতে নিশ্চিতভাবেই বৰ্ণাত্যসকলক কিছু হলেও উপকৃত কৰিব বুলি আশাবাদী হস্পিটেল কতৃপক্ষ।ডিব্ৰুগড়ৰ এই জে জে এম হস্পিটেলেে সময়ে সময়ে সমাজৰ বিভিন্ন ক্ষেত্ৰত তথা স্তৰত বহু ইতিবাচক কৰ্মৰে নিজৰ সামাজিক
