লাওখোৱা অভয়াৰণ্যত উচ্ছেদ অভিযান
শ-শ বিঘা মৰাপাট খেতিত উচ্ছেদ
ৰূপহীহাট,৩জুলাই:

লাওখোৱা অভয়াৰণ্যৰ খৰনলি বিলৰ পাৰত অবৈধ বেদখলকাৰীয়ে শ-শ বিঘা মাটি বেদখল কৰি মৰাপাট খেতি কৰিছিল।মৰাপাট খেতি লহপহকৈ বাঢ়ি অহাৰ সময়তে আজি চলায় উচ্ছেদ অভিযান।অভয়াৰণ্যৰ মাটিত অবৈধ বেদখলকাৰীয়ে মৰাপাটৰ খেতি কৰা সকলক কোনো উচ্ছেদৰ জাননী দিয়া হোৱা নাই। যাৰ বাবে আজি খেতিয়ক সকলৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।লাওখোৱা অভয়াৰণ্যৰ সুৰক্ষাৰ স্বাৰ্থত বন বিভাগে শ শ বিঘা মাটিত অবৈধভাৱে কৰা মৰাপাট খেতি ট্ৰেক্টৰে ধ্বংস কৰিছে।সামৰিক বাহিনীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত এই অভিযান চলায়। উক্ত উচ্ছেদ 