সাজ-পাৰ সম্পৰ্কত সোনোৱাল কছাৰী কালছাৰেল ছ’চাইটিৰ সিদ্ধান্ত
চাইন অন ডেস্ক,৩০জুনঃ
সোনোৱাল কছাৰী কালছাৰেল ছ’চাইটিয়ে জনজাতিটোৰ পৰম্পৰাগত সাজ-পাৰৰ সম্পৰ্কত আলোচনা কৰি এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ২৮ জুনত ডুলীয়াজান অঞ্চলৰ চিৰিংখাট গাঁৱৰ প্ৰেক্ষাগৃহত সভাপতি ভুৱন চন্দ্ৰ বড়াৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত জনজাতিটোৰ গলবস্ত্ৰ সোণোৱালী, মহিলা আৰু পুৰুষৰ বিভিন্ন সাজ-পাৰৰ বৈশিষ্ট্যৰ সম্পৰ্কত বিশদভাৱে আলোচনা কৰি শীঘ্ৰে জনজাতিটোৰ সকলো জাতীয় সংগঠনৰ যৌথ সভাত এই সম্পৰ্কত চূড়ান্ত সিদ্ধান্ত গ্ৰহণৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হয়৷ সংগঠনটোৰ মুখ্য সচিব 
