গহপুৰত ড্ৰাগছ কণ্টেইনাৰ জব্দ
এজন যুৱকক গ্ৰেপ্তাৰ
গহপুৰ,২৪জুন:
গহপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৱন গায়নৰ নেতৃত্বত চলাই থকা ড্ৰাগছ বিৰোধী কঠোৰ অভিযানৰ মাজতে মঙলবাৰে সন্ধিয়া প্ৰায় ৭-৩০ বজাত ড্ৰাগছৰ কণ্টেইনাৰসহ হাতে লোটে গ্ৰেপ্তাৰ হয় এজন যুৱক। ধৃত যুৱকজন 
