আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলিল নগাঁৱৰ ছাত্ৰ প্ৰজ্ঞাত জ্যোতি শইকীয়া
কাৰাটেত সোনসহ দুটাকৈ পদক
চাইন অন ডেস্ক,২৫মে’:
ধাৰাবাহিক ক্ৰীড়াশৈলীৰে পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিল অসম সন্তান ৷ সুদক্ষতাৰে পুনৰবাৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলি উঠি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে নগাঁও জিলাৰ এগৰাকী প্ৰতিভাৱান ছাত্ৰই ৷ এই ছাত্ৰজন 

