ডিব্ৰুগড়ত ২৮ মে’ত কি হব ?
চাইন অন ডেস্ক,২১মে’:


ডিব্ৰুগড় জিলা হিলাল কমিটিৰ সভাপতি তথা প্ৰাক্তন জিলা সদৰ কাজী আলহজ মৌলানা আইনান জুবেৰি আৰু সম্পাদক আলহজ নাচিমুল গণিয়ে সকলোকে ঈদৰ শুভেচ্ছা জনাই জানিবলৈ দিয়ে যে দেশৰ অন্যান্য ঠাইৰ লগতে ডিব্ৰুগড়তো অহা ২৮ মে’ ত ডিব্ৰুগড়ত থকা দুখন ঈদগাহৰ লগতে ২৮/২৯ টা মছজিদত ঈদৰ সমূহীয়া নামাজ অনুষ্ঠিত হ’ব আৰু এই ক্ষেত্ৰত হিলাল কমিটিৰ তৰফৰ পৰা 