২০ মে’ত বন্ধ ৰাখিব সমুহ ফাৰ্মাচী
অনলাইন ঔষধ যোগান বা ই-ফাৰ্মেচিৰ বিৰোধিতা
চাইন অন ডেস্ক,১৮মে’:
অনলাইন ঔষধ যোগান বা ই-ফাৰ্মেচিৰ (E-pharmacy) ব্যৱসায় বন্ধ কৰাৰ দাবীত ডিব্ৰুগড়টো বন্ধ থাকিব ফাৰ্মাচী। ডিব্ৰুগড় মেডিচিন ডিলাৰ এচছ্যিয়েচনে সমগ্ৰ জিলাখনতে অহা ২০ মে’ত বন্ধ ৰাখিব সমুহ ফাৰ্মাচী। দেশজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ বিষয়ে প্ৰাইকাৰী ব্যৱসায়ী সন্থাই ডিব্ৰুগড়ত আজি এক সংবাদমেলৰ জৰিয়তে তীব্ৰ প্ৰতিক্ৰিয়াৰ প্ৰকাশ কৰি অনলাইন যোগান ব্যৱস্থাত সঠিক নিয়ন্ত্ৰণ নথকাৰ বাবে ভুৱা বা নিম্নমানৰ ঔষধ যোগান ধৰা অভিযোগ 

