ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ড° কমলা কান্ত বৰগোহাঁই স্মাৰক বক্তৃতা
বিশ্ববিদ্যালয়ৰ সতে বুজাবুজিৰ চুক্তি সম্পন্ন
চাইন অন ডেস্ক,৭মে:


ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সম্পন্ন হোৱা বুজাবুজিৰ চুক্তি অনুসৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণসংযোগ অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত আজি বিশ্ববিদ্যালয়ৰ ইন্দিৰা মিৰি প্ৰেক্ষাগৃহত “অসমত 
তেওঁ যুৱ নোহ হাৰাৰীৰ এখন কিতাপৰ কথা উল্লেখ কৰি এক গুৰুত্বপূৰ্ণ কথা বক্তৃতাত উল্লেখ কৰি কয় যে – “মানুহে জীৱনটো সহজ কৰি তুলিবলৈ অহৰহ নতুন নতুন প্রযুক্তি আৰু ব্যৱস্থা উদ্ভাৱন কৰি আহিছে, কিন্তু বেছিভাগ ক্ষেত্ৰতেই সেইবোৰক অর্থপূর্ণ আৰু সচেতনভাৱে ব্যৱহাৰ কৰাৰ জ্ঞান বা সক্ষমতা মানুহে গঢ়ি তুলিব পৰা নাই।”

বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° পৰমানন্দ সোণোৱালেও সভাত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে লগতে অনুষ্ঠানৰ বিশিষ্ট অতিথি ড° মামণি বৰগোহাঁইয়েও তেওঁৰ কৃতজ্ঞতা আৰু স্মৃতি মিশ্ৰিত এক বক্তৃতাৰে সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে।
