...

ন’টাত ভোট পৰিল ৭,৭৩৯ গৰাকী ভোটাৰৰ

ন’টাত ভোট পৰিল ৭,৭৩৯ গৰাকী ভোটাৰৰ

ধুবুৰী জিলাৰ মুঠ পাঁচটা বিধানসভা সমষ্টি

ধুবুৰী,৬মে’:

পূৰ্বৰ অভিলেখ ভাঙি ধুবুৰী জিলাৰ ৫টা বিধানসভা সমষ্টিৰ সৰ্বমুঠ ৭,৭৩৯ গৰাকী ভোটাৰে এইবেলি ন’টাত ভোটদান কৰিলে। ইয়াৰে, গোলকগঞ্জ বিধানসভা সমষ্টিত ১,১২০ গৰাকী ভোটাৰে

ন’টাত ভোটদান কৰাৰ বিপৰীতে বীৰসিং জৰুৱা বিধানসভা সমষ্টিত ন’টাত ভোটদান কৰিলে মুঠ ২,২২৫ গৰাকীয়ে। আনহাতে, ধুবুৰীত ১,৩৮৬ গৰাকী গৌৰীপুৰত ১,৮৪৫ গৰাকী আৰু

বিলাসীপাৰা বিধানসভা সমষ্টিত ১,১৬৩ গৰাকী ভোটাৰে ন’টাত ভোটদান কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *