নগাঁওত সঘনাই মবাইল চুৰি !
গৰাকীক ঘূৰাই দিলে আৰক্ষীয়ে
চাইন অন ডেস্ক,৩০এপ্ৰিল:

নগাঁও সদৰ আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন স্থানৰ পৰা বিগত সময়ত চুৰি হোৱা প্ৰায় ৫৩ টা মোবাইল ফোন আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়

চুৰি হোৱা মোবাইল ফোন লাভ কৰি মোবাইলৰ গৰাকী সকল উৎফুল্লিত হৈ পৰে আৰু নগাঁও সদৰ আৰক্ষী থানাৰ আৰক্ষীক কৃতজ্ঞতা জ্ঞাপন কৰে।