অভিজ্ঞ ভাস্কৰৰ বিপৰীতে দুই যুৱ শক্তি
মাৰ্ঘেৰিটাৰ ১,৭৬,৩০১ ভোটাৰে কাক দিব আস্থা ?
৩ প্ৰাৰ্থীৰ মনোনয়ন বৈধ্য ঘোষণা
চাইন অন ডেস্ক:
৮৩নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত আসন্ন নিৰ্বাচনক লৈ ৰাজনৈতিক পৰিৱেশ ক্ৰমশঃ গৰম বতাহ বৃদ্ধি পাইছে ।নিৰ্বাচন আয়োগৰ কৰ্তৃপক্ষই এই সমষ্টিৰ তিনিওজন প্ৰাৰ্থীৰ মনোনয়নপত্ৰ বিধিসম্মতভাৱে বৈধ বুলি ঘোষণা কৰিছে। বৈধ ঘোষিত প্ৰাৰ্থীসকল ক্ৰমে ভাৰতীয় 

