খামেৰী দলংৰ তলত দ’মে-দ’মে ঔষধ , তীব্ৰ চাঞ্চল্য
নগৰবেৰা:
কামৰূপৰ নগৰবেৰা খামেৰী দলংৰ তলত কালি বিয়লিৰ পৰত কাৰ্টনে কাৰ্টনে ম্যাদ উকলা ঔষধ কোনোবাই পেলাই দিয়াত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিয়পে।একাংশ স্থানীয় যুৱকে দলংৰ তলৰ পানী যুঁৱলিৰ নিচেই কাষত বুজন পৰিমাণৰ চেলাইন ,বেজি ,টেবলেট ,চিৰাপ’ৰ 
